মই যদি এটি সুৰংগ হ'লো হয়

"
______________________
মই যদি এটা সুৰংগ হ'লো হয়
আৰু তুমি তাৰ বাসিন্দা
এন্ধাৰ বোৰেৰে আলফুলে 
মেৰাই তোমাকউশাহ আৰু স্পৰ্শৰ উত্সৱ পাতিলো হয়
নেওচি জোন, তৰা আৰু বেলিৰপোহৰৰ অবিৰাম মেলা ।
যদি হ'ব পাৰিলো হয় মইএটা সেউজীয়া পতংগ ,
আৰু তুমি কোনোবা পথাৰৰ এটি হালধীয়া ফুল,
কাষতে বহি মাথো চাই ৰ'লো হয়হালধীয়া ফুলটিৰ নাচোন-বাগোন 
আৰু দেখিলো হয় 
এটি ৰঙীন সপোন,হালধীয়া আৰু সেউজীয়াৰএখন মিলনৰ দাপোন ।
মই যদি এটি সুৰংগ হ'লো হয় .....................।।।।।।।

No comments: